শাৰীৰিক শিক্ষা :
- ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় অসম ৰ অধীনত ২৭ টা জিলা ক্ৰীড়া কাৰ্যালয়ে এই বিষয়ত কাৰ্যকৰী হৈ আছে।
- সৰ্বমুঠ ৪৭৭ পদৰ ঠাইত ৪১৭ টা পদ পূৰণ কৰা হৈছে আৰু ৬০ টা পদ পূৰণ কৰিবলৈ বাকী আছে।7
শাৰীৰিক প্ৰশিক্ষকৰ দায়িত্ব আৰু ভুমিকা :
- ৰাজ্যৰ প্ৰায়বোৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ প্ৰশিক্ষক দিয়ে।
- বিভিন্ন ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও প্ৰতিযোগিতা সমূহত কাৰিকৰী বিষয়া হিচাপে ভুমিকা ল’ব লাগে এই শাৰীৰিক প্ৰশিক্ষক( Physical Instructor) সকলে।
- মৌলিক গতি- বিধিৰ শিক্ষা প্ৰদান।