ৰাজ্য | স্থান | খেল | বয়স | চেম্পিয়নশ্বিপৰ তাৰিখ |
---|---|---|---|---|
অসম | ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়াম দিছপুৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প, দিছপুৰ, গুৱাহাটী ৭৮১০০৬, অসম | ওচু | ১৭ আৰু ১৯ ৰ অনুৰ্দ্ধ(ছোৱালী) | ২০১৭ ৰ ডিচেম্বৰৰ ২ৰ পৰা ৫ তাৰিখলৈ ৰিপোৰ্টিং তাৰিখঃ ২০১৭ ৰ ১ ডিচেম্বৰ অনলাইন প্ৰৱেশৰ অন্তিম তাৰিখঃ ২৬ নৱেম্বৰ ২০১৭ |
অসম | ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়াম দিছপুৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প, দিছপুৰ, গুৱাহাটী ৭৮১০০৬, অসম | ভাৰ উত্তোলন | ১৭ ৰ অনু্ৰ্ধ (লৰা আৰু ছোৱালী) | ২০১৭ ৰ ৮ ৰ পৰা ১১ ডিচেম্বৰলৈ ৰিপোৰ্টিং তাৰিখঃ ২০১৭ ৰ ৭ ডিচেম্বৰ অনলাইন প্ৰৱেশৰ শেষ তাৰিখ ২০১৭ ৰ ২ ডিচেম্বৰ |
অসম | লক্ষ্মীবাই ৰাষ্ট্ৰীয় শৰীৰ শিক্ষাৰ প্ৰতিষ্ঠান, তেপেচিয়া, সোণাপুৰ, অসম | ৰাস্তাৰ চাইক্লিং | ১৪-১৭ আৰু ১৯ ৰ অনুৰ্দ্ধ (ল’ৰা- ছোৱালী) | ২০১৭ ৰ ১২ ৰ পৰা ১৪ ডিচেম্বৰ ৰিপোৰ্টিং তাৰিখঃ ২০১৭ ৰ ১১ ডিচেম্বৰ অন লাইন প্ৰৱেশঃ ২০১৭ৰ ৬ ডিচেম্বৰ
|
Title | Size | Detail |
---|---|---|
Title Size Detail Order of 63rd National School Games,2017-2018 at Guwahati | 321 KB | ![]() |