মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়

লক্ষ্য আৰু উদ্দেশ্য

আমাৰ লক্ষ্য

  • সকলোৰে বাবে খেল
  • খেল—জীৱনৰ এক পথ
  • গুৱাহাটী- ভাৰতৰ এখন ক্ৰীড়া ৰাজধানী

 

আমাৰ উদ্দেশ্য

  • শিক্ষানুষ্ঠানত শৰীৰ শিক্ষাৰ পাঠ্যক্ৰম বাধ্যতামূলক কৰা
  • অসমত খেলৰ আন্তঃগাঠনি উন্নত কৰা
  • প্ৰাথমিক স্তৰৰ পৰা খেলক অলিম্পিক পৰ্যায়লৈ লৈ যোৱা