যুৱ কল্যাণ কাৰ্য্যকলাপ
ৰাষ্ট্ৰীয় সেৱা আচঁনি
সমূহীয়া সেৱাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত গুৰুত্ব
ৰাষ্ট্ৰীয় সেৱা আচঁনিৰস্বেচ্ছাসেৱকৰ কৰণীয়
ৰাষ্ট্ৰীয় সেৱা আচঁনি যোগসূত্ৰ ৰাখে—
এন এছ এছ স্বেচ্ছাসেৱকৰ নিয়োগ | বিশ্ববিদ্যালয়ৰ নাম | এন এছ এছ গোট | নিযুক্ত এন এছ এছ স্বেচ্ছাসেৱকৰ সংখ্যা |
---|---|---|---|
৩৫৯৩৬ | অসম বিশ্ববিদ্যালয়,শিলচৰ | ২০ | ২০০০
|
অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাট | ৪ | ৪০০ | |
ডিব্ৰুগড় বিশ্ববিদ্যালয় | ৮৮ | ৮৮০০
| |
গুৱাহাটী বিশ্ববিদ্যালয় | ৯৫ | ৯৫০০
| |
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় | ৪ | ৪০০
| |
আই আই টি, গুৱাহাটী | ৪ | ৪০০
| |
সৰ্বমুঠ | ২১৫ | ২১৫০০
|
স্বেচ্ছাসেৱকসকলৰ কাৰ্য্যকলাপ:
ভাৰত স্কাউট আৰু গাইড(BSG)
ভাৰত স্কাউট এণ্ড গাইড, অসম
২০১৬ ত নামভৰ্ত্তিকৰণ-১৬,৮৯৩
অসমৰ ভিন্ন বিদ্যালয় মহাবিদ্যলয়ত ছাত্ৰ-ছাত্ৰীসকল সামাজিক তথা সংস্কাৰমুখী শিক্ষা প্ৰদানৰ উদ্দেশ্য স্কাউট এণ্ড গাইডে তেওঁলোকৰ কিছুমান আচঁনি ৰূপায়ন কৰি আহিছে।
ৰাজ্য পুৰস্কাৰ--- ৰাজ্যপাল
ৰাষ্ট্ৰীয় পুৰস্কাৰ—ভাৰতৰ ৰাষ্ট্ৰপতি
ৰাষ্ট্ৰীয় কেডেট ক্ৰপচ
(১) মুঠ বিদ্যালয়—৩৪৫ খন
(২) মুঠ মহাবিদ্যালয়—১৬৯ খন
এন. চি. চি মুঠ কেডাৰ—৪৬,৬৩৪ জন
৫ গ্ৰুপ হেড কোৱাটাৰ- গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, যোৰহাট আৰু শিলচৰ
৩২ টা গোট আছে অসমত
এটা সঞ্চালকালয় আছে শিলঙত
এন চি চি ৰ দ্বাৰা সম্পাদিত কাৰ্য্যকলাপ :-
নেহৰু যুৱ কেন্দ্ৰ(NYK)
গাঁৱৰ কিছুমান যুৱকৰ বিশেষকৈ সম্প্ৰচাৰ, বিকাশ, সংহতি আদি কাৰ্যত নিয়োগ কৰোৱা
স্বেচ্ছামূলক অৱদানঃ-
অসমৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ কল্যাণ বাবে ৰাজ্যিক পৰ্যায়ত উপদেষ্টা কমিটি
ছাত্ৰ-ছাত্ৰী তথা যুৱ কল্যাণ, অসমৰ উপদেষ্টা কমিটিখন(Govt Notification No ,SYW, 10/94/3)৯৪ চনৰ ১ পহিলা ফেব্ৰুৱাৰীত গঠন কৰা হৈছিল। উপদেষ্টা কমিটিখনৰ ১ ম সদস্য সচিব ডঃ হিমন্ত বিশ্ব শৰ্মা
এই SLAC খন অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ অধীনত কাৰ্যকাৰী হয়। সদস্য চৰকাৰে নিযুক্তি দিয়ে আৰু অন্যান্য সদস্যসকলো চৰকাৰৰ দ্বাৰা