মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়

ক্ৰীড়াৰ মানপত্ৰৰ বাবে আবেদন

ক্ৰীড়াৰ মানপত্ৰৰ বাবে প্ৰয়োজনীয় নথি(পৰীক্ষাৰ কাৰণে মূল বয়সৰ প্ৰমাণপত্ৰ, খেলৰ কৃৰ্তিত্বৰ প্ৰমাণপত্ৰ আদি)ৰ সৈতে এখন আবেদন তলত উল্লেখ কৰা ঠিকনাত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ত দাখিল কৰিব লাগে।

 

ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়
অসম চৰকাৰ
ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প, ছুপাৰ মা্ৰ্কেট,
দিছপুৰ, গুৱাহাটী-০৬
জিলা- কামৰূপ(মেট্ৰ’), অসম
ই- মেইলঃ dsywassam2011@gmail.com